अर्थ : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
उदाहरण :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
पर्यायवाची : প্রকাশিত
अर्थ : পোহৰেৰে ভৰি থকা
उदाहरण :
এই কোঠাটো আলোকিত
पर्यायवाची : আলোকপূর্ণ, আলোকময়, আলোকোজ্জ্বল, আলোময়, জ্যোতিষ্মান, জ্যোতি্র্ময়, দীপ্তিময়, প্রভাযুক্ত
अर्थ : চিকমিকাই থকা
उदाहरण :
মঞ্চত বহি থকা মহাত্মাদেৱৰ উজ্জ্বল চেহেৰাই সকলোকে আকর্ষিত কৰিছিল
पर्यायवाची : উজ্জ্বল, কান্তিযুক্ত, দীপ্তিযুক্ত, প্রোজ্জ্বল, সমুজ্জ্বল