सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
उदाहरण : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
पर्यायवाची : আশ্রম, মন্দিৰ
अर्थ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
उदाहरण : এই ঘৰটোত পাঁচটা কোঠা আছে
पर्यायवाची : আবাসস্থান, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি
इंस्टॉल करें