पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আশা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আশা   বিশেষ্য

अर्थ : যিটো হʼব পাৰে

उदाहरण : বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি আজি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

पर्यायवाची : প্রত্যাশা, সম্ভবতা, সম্ভবপৰতা, সম্ভাব্যতা, সম্ভাৱনা, সম্ভৱতা

अर्थ : কাৰোবাৰ দ্বাৰা কোনো কাম হʼব পাৰে বা হʼব বুলি ভৰসা কৰা কার্য

उदाहरण : সকলো দেউতাকেই নিজৰ পুতেকে তেওঁৰ জীৱনত সফল হোৱাটো আকাংক্ষা কৰে

पर्यायवाची : আকাংক্ষা

अर्थ : কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো

उदाहरण :

पर्यायवाची : অভিলাষ, আকাংক্ষা, আশ, আশা-দশা, আশা-ভাৰসা, কামনা, বাঞ্ছা, ভাৰসা

अर्थ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

उदाहरण :

पर्यायवाची : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

अर्थ : যাৰ ওপৰত আশা কেন্দ্রিত হৈ থাকে

उदाहरण : জয়ৰ বাবে আপুনিয়েই মোৰ আশামোৰ বাবে আপুনিয়েই এক আশা আছিল আৰু আপুনিয়ে উত্তৰ দি দিলে

पर्यायवाची : ভৰসা

चौपाल