सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি প্রেমত আসক্ত
उदाहरण : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
पर्यायवाची : অনুৰক্ত, অনুৰাগী, প্রেমাসক্ত
अर्थ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
उदाहरण : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
पर्यायवाची : মুগ্ধ, মোহাবিষ্ট, মোহিত, ৰক্ত
इंस्टॉल करें