अर्थ : অসত্য বা মিছা মতা কার্য
उदाहरण :
কিছুমান মানুহ মিছা মতাত ইমানেই অভ্যস্ত হৈ পৰে যে তেওঁলোকৰ মুখৰ পৰা সত্য কথা নোলায়েই
पर्यायवाची : মিছা মতা
अर्थ : কোনো কাম বা কথাত সন্মতি নিদিয়া
उदाहरण :
তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে
पर्यायवाची : অস্বীকাৰ কৰা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা