सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
उदाहरण : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
पर्यायवाची : প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
अर्थ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
उदाहरण : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
अर्थ : ঈশ্বৰ, ধর্ম ্বা ডাঙৰ লোকৰ প্রতি আদৰপূর্ণ ্বা পূজ্য ভাব প্রকাশ কোনো ভাল কাম
उदाहरण : ভগৱানৰ প্রতি মনত শ্রদ্ধা থকা উচিত
पर्यायवाची : আদৰভাব, নিষ্ঠা, শ্রদ্ধা
इंस्टॉल करें