अर्थ : যি আঘাত পাইছে
उदाहरण :
আঘাতপ্রাপ্তসকলক হস্পিতালত ভর্তি কৰোৱা হৈছে
पर्यायवाची : আঘাতপ্রাপ্ত, আঘাতপ্রাপ্ত লোক, আহত ব্যক্তি, জখমী
अर्थ : যিজনক জখমী কৰা হৈছে
उदाहरण :
বাটৰুৱাজনে আহত ব্যক্তিজনক হস্পিটেললৈ নিলে
अर्थ : যি আঘাত পাইছে
उदाहरण :
ৰেল দুর্ঘটন্াত আহত লোকসকলক প্রাথমিক চিকিৎসাৰ পিছত ্ তেওঁলোকৰ গন্তব্য স্থানত থৈ অহা হʼল
पर्यायवाची : আঘাত পোৱা, আঘাতপ্রাপ্ত, ক্ষত, ক্ষত-বিক্ষত, জখমী