सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ
उदाहरण : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়
पर्यायवाची : আদি, আৰম্ভণি, প্রাৰম্ভ, শুভাৰম্ভ
अर्थ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
उदाहरण : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
पर्यायवाची : আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
अर्थ : কোনো কামৰ আৰম্ভ
उदाहरण : এই কামটোৰ শুভাৰম্ভ কোনে কৰিব ?
पर्यायवाची : শুভাৰম্ভ
इंस्टॉल करें