सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাম, কথা আদিৰ আৰম্ভণ
उदाहरण : পণ্ডিতজনে পূজা আৰম্ভ কৰিলে
पर्यायवाची : চুৰু কৰা, সূত্রপাত কৰা
अर्थ : কোনো আৰম্ভণি হোৱা
उदाहरण : আমেৰিকাই ইৰাকৰ লগত যুদ্ধ আৰম্ভ কৰিলে
पर्यायवाची : সূত্রপাত ঘটা
अर्थ : কথা আদিৰ আৰম্ভ কৰা
उदाहरण : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে
पर्यायवाची : উলিওৱা
इंस्टॉल करें