अर्थ : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
उदाहरण :
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
अर्थ : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
उदाहरण :
আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
पर्यायवाची : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ