पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से আৰম্ভণি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

আৰম্ভণি   বিশেষ্য

अर्थ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

उदाहरण : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

पर्यायवाची : আদি, আৰম্ভ, প্রাৰম্ভ, শুভাৰম্ভ

अर्थ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

उदाहरण : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

पर्यायवाची : আৰম্ভ, আৰম্ভণ, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

अर्थ : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ

उदाहरण : আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে

अर्थ : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম

उदाहरण : আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে

पर्यायवाची : অʼপেনিং, চেচৰ অʼপেনিং

चौपाल