अर्थ : আৰোহণ কৰা ব্যক্তি
उदाहरण :
আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
पर्यायवाची : আৰোহক
अर्थ : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
उदाहरण :
যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
अर्थ : কোনো বস্তুৰ ওপৰত উঠা বা বহা
उदाहरण :
চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
अर्थ : যাৰ ওপৰত উঠিব পৰা যায়
उदाहरण :
আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
अर्थ : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
उदाहरण :
তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে