सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
उदाहरण : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
पर्यायवाची : আচ্ছাদন, ঢাকনী, ্সাঁফৰ
अर्थ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
उदाहरण : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
पर्यायवाची : আচ্ছাদক, আচ্ছাদন, কবচ, ঢাকনি
अर्थ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
उदाहरण : বাদামৰ ওপৰত বহুত টান খোলা থাকে
पर्यायवाची : কবচ, খোলা
इंस्टॉल करें