अर्थ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
उदाहरण :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
पर्यायवाची : ইংৰাজী, ইংৰাজী ভাষা
अर्थ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
उदाहरण :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
पर्यायवाची : ইংৰাজী