पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ইংৰাজী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ইংৰাজী   বিশেষ্য

अर्थ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা

उदाहरण : তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে

पर्यायवाची : ইংলিচ, ইংৰাজী ভাষা

अर्थ : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়

उदाहरण : তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়

ইংৰাজী   বিশেষণ

अर्थ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ

उदाहरण : আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ

पर्यायवाची : ইংলিচ

अर्थ : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ

उदाहरण : ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল

चौपाल