अर्थ : ইজৰাইলৰ অধিবাসী
उदाहरण :
চৰকাৰে ইজৰাইলী সকলক গাঞ্জা এৰিবলৈ কৈছে
पर्यायवाची : ইজৰাইল বাসী, ইজৰাইলবাসী
अर्थ : ইজৰাইলৰ লগত সম্পর্ক ্থকা বা ইজৰাইলৰ
उदाहरण :
সীমান্তত বোমা বিস্ফোৰণৰ লগে লগে সাতজন ইজৰাইলী সীমা সুৰক্ষাকাৰীৰ মৃত্যু হʼল