अर्थ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
उदाहरण :
ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
पर्यायवाची : কল, চলন যন্ত্র, মেচিন, যন্ত্র
अर्थ : দবাৰ আগফালে সংযোগ কৰি ৰেলগাড়ীক টানি লৈ যোৱা গাড়ী
उदाहरण :
ৰেলগাড়ীত ইঞ্জিন লগাই আছে
पर्यायवाची : চালক যন্ত্র, চালকযন্ত্র