अर्थ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
उदाहरण :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
पर्यायवाची : ইন্দ্র-জাল, চমৎকাৰ, মায়া জাল, মায়া-জাল, যাদু
अर्थ : ভেল্কীবাজিৰ কাম
उदाहरण :
তেওঁৰ ভেল্কীবাজি চোৱাত সকলো মছগুল আছিল
पर्यायवाची : টাটক-নাটক, ভেলেকিবাজি, ভেল্কীবাজি