सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
उदाहरण : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
पर्यायवाची : উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা, বিহ্বলতা
अर्थ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
उदाहरण : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
पर्यायवाची : খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনা, ভাবনি, ভাৱনা
इंस्टॉल करें