सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
उदाहरण : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
पर्यायवाची : উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
अर्थ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
उदाहरण :
पर्यायवाची : উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
अर्थ : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত
उदाहरण : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে
पर्यायवाची : উপযুক্ত, যোগ্য, সমুচিত
अर्थ : যেনে হোৱা উচিত তেনেধৰণৰ
उदाहरण : এই কথাটো মোৰ উচিত যেন লগা নাই
पर्यायवाची : উপযুক্ত, ঠিক, যোগ্য, সঠিক
अर्थ : যিটো নৈতিকতাৰে ভৰি আছে
उदाहरण : আমি উচিত কাম কৰা উচিত
पर्यायवाची : নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ, সঠিক
इंस्टॉल करें