पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উচ্চ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উচ্চ   বিশেষণ

अर्थ : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়

उदाहरण : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে

पर्यायवाची : শ্রেষ্ঠ

अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়

उदाहरण : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত

पर्यायवाची : ওখ, ওখ-পাখ, চৰা, টিং, শিখৰ

अर्थ : জাতি, পদ, গুণ আদিৰ বিচাৰত ওপৰৰজন

उदाहरण : শ্যাম উচ্চ বংশৰ

अर्थ : দীঘল শৰীৰৰ

उदाहरण : অমিতাভ বচ্চন ওখ ব্যক্তি

पर्यायवाची : উচ্চতাযুক্ত, উচ্চতাসম্পন্ন, ওখ

चौपाल