सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
उदाहरण : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
पर्यायवाची : শ্রেষ্ঠ
अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
उदाहरण : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
पर्यायवाची : ওখ, ওখ-পাখ, চৰা, টিং, শিখৰ
अर्थ : জাতি, পদ, গুণ আদিৰ বিচাৰত ওপৰৰজন
उदाहरण : শ্যাম উচ্চ বংশৰ
अर्थ : দীঘল শৰীৰৰ
उदाहरण : অমিতাভ বচ্চন ওখ ব্যক্তি
पर्यायवाची : উচ্চতাযুক্ত, উচ্চতাসম্পন্ন, ওখ
इंस्टॉल करें