सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাম কৰিবলৈ শক্তি পোৱা মনত উদিত এক ধৰণৰ বিশেষ মনোবেগ
उदाहरण : শচীনে উৎসাহেৰে বেট ধৰে
पर्यायवाची : উচাহ, উদ্গনি, উদ্দীপনা, উৎসাহ
अर्थ : কোনো কাম কৰিবৰ কাৰণে কাৰোবাৰ উৎসাহ বঢ়োৱা কার্য
उदाहरण : তেওঁ প্রতিযোগীসকলক উৎসাহ দি আছিল
इंस्टॉल करें