पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উঠা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উঠা   ক্ৰিয়া

अर्थ : উৎপন্ন হোৱা

उदाहरण : যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে

पर्यायवाची : অহা

अर्थ : কাম-বন শেষ হোৱা

उदाहरण : সভাখন উঠি গʼল বজাৰ উঠি গʼল

पर्यायवाची : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা

अर्थ : কোনো বাহনত উঠা ???

उदाहरण : ৰজতে ঘোঁৰাত উঠিলে

पर्यायवाची : আৰোহণ কৰা

अर्थ : হিচাপত অহা বা সোমোৱা এক অৱস্থা

उदाहरण : এক কিলোত মাত্র পাঁচটা আম উঠিল

अर्थ : তলৰ পৰা ওপৰৰফালে যোৱা

उदाहरण : ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে

पर्यायवाची : বগোৱা

अर्थ : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে

उदाहरण :

पर्यायवाची : থিয় হোৱা

अर्थ : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি

उदाहरण : পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে

पर्यायवाची : ওখ হোৱা

अर्थ : কোনো চিহ্ন আদি ওলাই অহা

उदाहरण : অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে

अर्थ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য

उदाहरण : কালিৰ পৰা গাইজনী জাগিছে

पर्यायवाची : জাগা

अर्थ : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া

उदाहरण : নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে

अर्थ : মনলৈ অহা বা ধ্যানত উদয় হোৱা

उदाहरण : মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?

अर्थ : টোপনিৰ পৰা উঠা কার্য

उदाहरण : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে

पर्यायवाची : জগা, শুই উঠা, সাৰ পোৱা

अर्थ : ওপৰলৈ যোৱা বা বগোৱা

उदाहरण : সূর্য ্লাহে-লাহে উঠি আছে

अर्थ : তলৰ পৰা ওপৰলৈ অনা কার্য

उदाहरण : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

पर्यायवाची : উঠোৱা

अर्थ : বেয়া প্রভাৱ পৰা

उदाहरण : সাপে খুটাৰ কাৰণে গোটেই গাটোত বিষ উঠিল

पर्यायवाची : অহা

উঠা   বিশেষণ

अर्थ : সামান্যভাৱে উঠা বা উফন্দি থকা

उदाहरण : খেতি পথাৰৰ উঠা অংশখিনি খান্দি সমতল কৰা হʼল

पर्यायवाची : উঠঙা, উফন্দা

चौपाल