अर्थ : প্রথা বন্ধ কৰা কার্য
उदाहरण :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
पर्यायवाची : নিষিদ্ধ কৰা, বন্ধ কৰা
अर्थ : উঠিবলৈ প্ৰবৃত্ত কৰা
उदाहरण :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
पर्यायवाची : উঠোৱা
अर्थ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
उदाहरण :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
पर्यायवाची : উঠোৱা