पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উঠোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উঠোৱা   ক্ৰিয়া

अर्थ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া

उदाहरण : ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে

अर्थ : কিছু সময় ওপৰলৈ ধৰি থকা

उदाहरण : তেওঁ ্বোজাটো মূৰত উঠালে

अर्थ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

उदाहरण : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

पर्यायवाची : উঠাই দিয়া

अर्थ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

उदाहरण : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

पर्यायवाची : গঁথ্া, বনোৱা, সজা, সাজি থকা

अर्थ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

उदाहरण : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

पर्यायवाची : জগোৱা

अर्थ : ঘৰ বা দেৱাল আদি বনোৱা

उदाहरण : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

पर्यायवाची : বনোৱা, সজা

अर्थ : (সংগীত) স্বৰ তীব্র কৰা

उदाहरण : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

पर्यायवाची : তোলা

अर्थ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা

उदाहरण : তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়

अर्थ : স্থান ত্যাগ কৰা

उदाहरण : তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে

अर्थ : কাৰোবাক অধিক গুৰুত্ব দিয়া

उदाहरण : মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে

अर्थ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা

उदाहरण : দেউতাই মোক ঝুলনাত উঠালে

अर्थ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

उदाहरण : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

पर्यायवाची : বহুওৱা

अर्थ : তলৰ পৰা ওপৰলৈ অনা কার্য

उदाहरण : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

पर्यायवाची : উঠা

अर्थ : উঠিবলৈ প্ৰবৃত্ত কৰা

उदाहरण : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

पर्यायवाची : উঠাই দিয়া

अर्थ : বহী, কাগজ আদিত লিখা

उदाहरण : মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে

पर्यायवाची : উঠাই থোৱা

चौपाल