अर्थ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
उदाहरण :
ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
अर्थ : কিছু সময় ওপৰলৈ ধৰি থকা
उदाहरण :
তেওঁ ্বোজাটো মূৰত উঠালে
अर्थ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
उदाहरण :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
पर्यायवाची : উঠাই দিয়া
अर्थ : (সংগীত) স্বৰ তীব্র কৰা
उदाहरण :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
पर्यायवाची : তোলা
अर्थ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
उदाहरण :
তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
अर्थ : স্থান ত্যাগ কৰা
उदाहरण :
তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
अर्थ : কাৰোবাক অধিক গুৰুত্ব দিয়া
उदाहरण :
মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
अर्थ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
उदाहरण :
দেউতাই মোক ঝুলনাত উঠালে
अर्थ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
उदाहरण :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
पर्यायवाची : বহুওৱা
अर्थ : উঠিবলৈ প্ৰবৃত্ত কৰা
उदाहरण :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
पर्यायवाची : উঠাই দিয়া
अर्थ : বহী, কাগজ আদিত লিখা
उदाहरण :
মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
पर्यायवाची : উঠাই থোৱা