अर्थ : * এনে কিবা কৰা যাৰ দ্বাৰা উত্তেজনা আহে
उदाहरण :
গায়কে নিজৰ জোৰদাৰ গীতেৰে শ্রোতাক উত্তেজিত কৰিছিল
अर्थ : কাৰোবাক উত্তেজিত কৰি তোলা কার্য
उदाहरण :
ৰামুৱে মোক উচটোৱাত মই শ্যামৰ সৈতে কাজিয়া লাগি ্গʼলোঁ
पर्यायवाची : উচটোৱা