पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উত্তৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উত্তৰ   বিশেষ্য

अर्थ : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য

उदाहरण : মহেশ উত্তৰৰ বাসিন্দা

अर्थ : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা

उदाहरण : আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই

पर्यायवाची : জবাব

अर्थ : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে

उदाहरण :

पर्यायवाची : উত্তৰ দিশ

अर्थ : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু

उदाहरण : উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে

चौपाल