अर्थ : উত্তৰআমেৰিকাৰ নিবাসী
उदाहरण :
কেইজনমান ধনী উত্তৰআমেৰিকানে দুখীয়াৰ সহায়ৰ বাবে ধনৰাশী আগবঢ়ালে
पर्यायवाची : উত্তৰ আমেৰিকান, উত্তৰ-আমেৰিকান
अर्थ : উত্তৰআমেৰিকা সম্বন্ধী বা উত্তৰআমেৰিকাৰ
उदाहरण :
উত্তৰআমেৰিকান দেশবোৰ অপেক্ষাকৃত ভাবে বেছি সমৃদ্ধ
पर्यायवाची : উত্তৰ আমেৰিকান, উত্তৰ-আমেৰিকান