पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উদাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উদাৰ   বিশেষণ

अर्थ : যিজন বহল হৃদয়ৰ

उदाहरण : উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল

पर्यायवाची : উদাৰচেতা, উদাৰচেতীয়া, দিলদাৰ

अर्थ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

उदाहरण : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

पर्यायवाची : অকপট, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে

चौपाल