सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : প্রথমতে কোনোৱে ভাবি নোপোৱা বা নবনোৱা কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰ কৰি উলিওৱা কার্য
उदाहरण : কম্পিউটাৰৰ আৱিষ্কাৰে সমাজলৈ আমূল পৰিৱ্্র্তন আনিলে
पर्यायवाची : আৱিষ্কাৰ
अर्थ : কোনো নতুন ধৰণৰ কাম কৰা কার্য
उदाहरण : তেওঁৰ সৃষ্টি কৰাত উৎসাহ আছে
पर्यायवाची : নি্র্মাণ, সৃষ্টি
इंस्टॉल करें