सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি উদ্যমী নহয়
उदाहरण : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
पर्यायवाची : নিৰুদ্যমী, নিৰুৎসাহ, ভগ্নোদ্যম, হতোদ্যম
अर्थ : যʼত উৎসাহ বা স্ফূর্তি নাই
उदाहरण : স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
पर्यायवाची : অনুৎসাহী, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন
इंस्टॉल करें