सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
उदाहरण : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
पर्यायवाची : আমাশয়, পেট
अर्थ : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
उदाहरण :
पर्यायवाची : গর্ভ, জঠৰ, পেট
अर्थ : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
उदाहरण : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
पर्यायवाची : পেট
इंस्टॉल करें