पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উপ-সভাপতি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উপ-সভাপতি   বিশেষ্য

अर्थ : কোনো সংস্থাৰ সভাপতিৰ পিছতে থকা পদাধিকাৰী আৰু যি সভাপতিৰ অনুপস্থিতিত ্ তেওঁৰ সকলো কাম চম্ভালে

उदाहरण : পণ্ডিত ৰমাশংকৰদেৱ এই সংস্থাটোৰ উপ সভাপতি

पर्यायवाची : উপ সভাপতি, উপসভাপতি

अर्थ : সভাপতিৰ অনুপস্থিতিত সভাপতিৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ কাৰণে থকা বিশেষ বিষয়া বা সভাপতিতকৈ সৰু অথচ মন্ত্রীতকৈ ডাঙৰ বিষয়া

उदाहरण : সভাপতিৰ অনুপস্থিতত ্তেওঁৰ সকলো কার্য উপসভাপতিয়ে কৰে

पर्यायवाची : উপসভাপতি, ভাইচ প্রেচিডেণ্ট

चौपाल