पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উপদ্রৱ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উপদ্রৱ   বিশেষ্য

अर्थ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

उदाहरण : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

पर्यायवाची : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

अर्थ : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া

उदाहरण : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব

पर्यायवाची : উৎপাত, মাৰ-কিল, মাৰপিট, হাংগামা, হাঙ্গামা

चौपाल