अर्थ : যি অত্যাচাৰ কৰে
उदाहरण :
কংস এজন অত্যাচাৰী শাসক আছিল
पर्यायवाची : অত্যাচাৰকাৰী, অত্যাচাৰী, অনাচাৰী, উৎপীড়ক, জুলুমবাজ
अर्थ : যি উপদ্রৱ কৰে
उदाहरण :
তেওঁ এজন ্উৎপতীয়া ব্যক্তি
पर्यायवाची : উপদ্রৱ কর্তা, উপদ্রৱী, উৎপতীয়া, বদমাচ