पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উপনিৱেশ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উপনিৱেশ   বিশেষ্য

अर्थ : অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল

उदाहरण : পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল

पर्यायवाची : কলনি

अर्थ : স্থানীয় খিলঞ্জীয়া অধিবাসী বা জীৱৰ উপৰি বহিৰাগত নৰগোষ্ঠী, জীৱগোষ্ঠী বা বীজাণু আদিয়ে বাস কৰিব লোৱা কোনো ক্ষেত্র বা তেনে গোষ্ঠী

उदाहरण : বাৰিষাৰ সময়ত ঠায়ে-ঠায়ে একত্রিত হোৱা পানীতে বীজাণু, মহ-মাখি আদিয়ে পতা উপনিৱেশ, বেমাৰৰ কাৰণ হৈ পৰে

पर्यायवाची : উপনিবেশ, নিবহ

अर्थ : এখন ঠাইৰ পৰা গৈ অন্য এখন ঠাইত বসবাস কৰা কার্য

उदाहरण : ইংৰাজসকলে ভাৰতত উপনিৱেশ সেই সময়ত স্থাপন কৰিছিল যি সময়ত ভাৰতবর্ষ সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল

चौपाल