अर्थ : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
उदाहरण :
উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
पर्यायवाची : ভোক্তা
अर्थ : বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
उदाहरण :
মʼবাইল উপভোক্তা গাওঁ্বাসী সকলে সদায় নেটৱর্ক নাপায়
पर्यायवाची : উপভোগকাৰী, ব্যৱহাৰকাৰী