सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কামত অহা বা লগা কার্য
उदाहरण : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
पर्यायवाची : প্রয়োগ, ব্যৱহাৰ
अर्थ : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
उदाहरण : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
पर्यायवाची : ভোগ
अर्थ : সুবিধা ভোগ কৰা কার্য
उदाहरण : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
पर्यायवाची : ভোগ-বিলাস, সম্ভোগ, সুখ-ভোগ
इंस्टॉल करें