अर्थ : দুটা বস্তুৰ মাজত প্রভেদ থকাৰ পিছতো সমান বুলি দর্শোৱা সাহিত্যৰ এবিধ অলংকাৰ
उदाहरण :
চন্দ্রৰ নিচিনা মুখ-ত উপমা অলংকাৰ আছে
पर्यायवाची : উপমা অলংকাৰ, উপমালংকাৰ
अर्थ : কোনো বস্তু, কাম বা গুণৰ আন বস্তু, কাম বা গুণৰ সৈতে একে বুলি কোৱা কার্য
उदाहरण :
ধুনীয়া মহিলাক চন্দ্রৰ উপমা দিয়া হয়