सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উপযুক্ত হোৱা অৱস্থা বা ভাব
उदाहरण : সামগ্রীৰ উপযুক্ততা চাইহে সেই সামগ্রী কিনা উচিত
पर्यायवाची : ঔচিত্য, সমীচীনতা
अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
उदाहरण : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
पर्यायवाची : ক্ষমতা, যোগ্যতা, সামর্থ্য
इंस्टॉल करें