पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উপসংহাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উপসংহাৰ   বিশেষ্য

अर्थ : সমাপ্ত হোৱাৰ ভাব বা কার্য

उदाहरण : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

पर्यायवाची : অন্ত, অৱধি, অৱসান, ইতি, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

अर्थ : কোনো কিতাপৰ অন্তিম অধ্যায় যʼত তাৰ উদ্দেশ্য সংক্ষেপে বর্ণ্্না কৰা থাকে

उदाहरण : মই উপসংহাৰ পঢ়িয়েই বুজি পাওঁ সেইখন কেনেধৰণৰ উপন্যাস হʼব

अर्थ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

उदाहरण : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

पर्यायवाची : অন্ত, ইতি, শেষ, সমাপ্তি

चौपाल