पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উপসভাপতি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উপসভাপতি   বিশেষ্য

अर्थ : কোনো সংস্থাৰ সভাপতিৰ পিছতে থকা পদাধিকাৰী আৰু যি সভাপতিৰ অনুপস্থিতিত ্ তেওঁৰ সকলো কাম চম্ভালে

उदाहरण : পণ্ডিত ৰমাশংকৰদেৱ এই সংস্থাটোৰ উপ সভাপতি

पर्यायवाची : উপ সভাপতি, উপ-সভাপতি

अर्थ : সভাপতিৰ অনুপস্থিতিত সভাপতিৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ কাৰণে থকা বিশেষ বিষয়া বা সভাপতিতকৈ সৰু অথচ মন্ত্রীতকৈ ডাঙৰ বিষয়া

उदाहरण : সভাপতিৰ অনুপস্থিতত ্তেওঁৰ সকলো কার্য উপসভাপতিয়ে কৰে

पर्यायवाची : উপ-সভাপতি, ভাইচ প্রেচিডেণ্ট

चौपाल