पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উপস্থাপন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উপস্থাপন   বিশেষ্য

अर्थ : ছপা বা প্রচাৰ মাধ্যমৰ যোগেদি কোনো বিষয় বা খবৰ ৰাজহুৱাকৈ প্রকাশ কৰা কার্য

उदाहरण : তেওঁ নিজৰ বিচাৰধাৰাৰ উপস্থাপন এই লেখাটোৰ জৰিয়তে কৰিছে মঞ্চত কবিসকলে নিজৰ ৰচনাৰাজি নিজস্ব ভঙ্গিমাৰে উপস্থাপন কৰিলে

अर्थ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

उदाहरण : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

पर्यायवाची : নিৰূপণ, প্রতিপাদন, প্রমাণ কৰা

चौपाल