सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
उदाहरण : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
पर्यायवाची : ইতিকিং, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস, ভেঙুচালি
अर्थ : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
उदाहरण : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
पर्यायवाची : পৰিহাস
अर्थ : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে
उदाहरण : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত
पर्यायवाची : ঠাট্টা, ব্যংগ, ব্যঙ্গ
इंस्टॉल करें