सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
उदाहरण : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
पर्यायवाची : পথ, পন্থা, মার্গ, ্সাধন
अर्थ : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়
उदाहरण : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল
पर्यायवाची : বিপল্প
अर्थ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
उदाहरण :
पर्यायवाची : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
इंस्टॉल करें