सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
उदाहरण : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
पर्यायवाची : অতিক্রমণ, উপক্রম, লংঘন
अर्थ : কোনো নিশ্চিতি, প্রতিজ্ঞা, নিয়ম বা বিধি ভাঙি পেলোৱা আৰু তাৰ বিৰুদ্ধে কাম কৰা ক্রিয়া
उदाहरण : নিয়মৰ উলংঘন কৰোতাক দণ্ড বিহা হʼব
पर्यायवाची : উলঙ্ঘন
इंस्टॉल करें