अर्थ : ওলটা-পোলোটা কৰা কার্য ্বা ভাব
उदाहरण :
হনুমানে লংকাত ওলট-পালট লগাই দিলে
पर्यायवाची : ওলট-পালট
अर्थ : যিটো এফালৰ পৰা আনফাললৈ নিয়া হৈছে অথবা যিটো যেনেকুৱা হোৱা উচিত তেনেধৰণৰ নোহোৱা এক অৱস্থা
उदाहरण :
তেওঁ ্উল্টা-সিধা কথা কৈ আমাক মূর্খ সাজিছে
पर्यायवाची : উলট-পালট, উল্টা-পাল্টা, উল্টা-সিধা