पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উৎকণ্ঠা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উৎকণ্ঠা   বিশেষ্য

अर्थ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব

उदाहरण : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই

पर्यायवाची : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা

अर्थ : আতুৰ হোৱা অৱস্থা

उदाहरण : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে

पर्यायवाची : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা

अर्थ : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা

उदाहरण : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে

पर्यायवाची : উৎসুকতা, কৌতূহল, জিজ্ঞাসা

चौपाल