सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
उदाहरण :
पर्यायवाची : অৱতাৰ, আৱির্ভাৱ, উদ্ভৱ, উপজনন, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
अर्थ : যি ঠাইৰ পৰা কোনো বস্তু আদিৰ ব্যুৎপত্তি বা উদ্ভৱ হৈছে
उदाहरण : গংগাৰ উৎপত্তি গংগোত্রীৰ পৰা হৈছে
पर्यायवाची : উদ্গম স্থল, উৎপত্তি স্থল
अर्थ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
उदाहरण : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
पर्यायवाची : অভ্যুদয়, অৱতাৰ, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, জন্ম
इंस्टॉल करें