सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিয়ে প্রসন্নতা লাভ কৰিছে
उदाहरण : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
पर्यायवाची : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উত্রাৱল, উল্লসিত, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
अर्थ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
उदाहरण :
पर्यायवाची : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট
इंस्टॉल करें